Haryana CM Nayab Singh Saini visits Kamakhya temple in Guwahati : কামাখ্যা মন্দিৰৰ দৰ্শন হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিৰ

নিউজ ডেস্ক,৩আগষ্ট : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনি । শুকুৰবাৰে নিশা অসমত উপস্থিত হয় হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকী ।
শুকুৰবাৰে অসমত উপস্থিত হোৱাৰ পিছতে শনিবাৰে পুৱাৰ ভাগত নয়াব সিং সাইনিয়ে পত্নীকসহ কামাখ্যা মন্দিৰৰ দৰ্শন কৰে । তেওঁক সংগ দিয়ে হাৰিয়ানা বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই ।
কামাখ্যাত উপস্থিত হৈ বিশেষ পূজা আগবঢ়াই হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে(Haryana CM Nayab Singh Saini visits Kamakhya temple in Guwahati) ।