Haryana CM Manohar Lal Khattar resigns as BJP-JJP alliance ends : হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ পদত্যাগ

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ : এইবাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ । লোকসভা নিৰ্বাচনৰ আসনক কেন্দ্ৰ কৰি JJP-BJP মিত্ৰজোঁটৰ মতানৈক্য। পদত্যাগ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ(Haryana CM Manohar Lal Khattar resigns as BJP-JJP alliance ends) ।
মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাৰ সৈতে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
জানিব পৰা মতে আজি নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে বিধায়ক দলৰ এক বৈঠক হোৱাৰ সম্ভাৱণা আছে। এই বৈঠকত অৰ্জুন মুণ্ডা আৰু তৰুণ চুগ উপস্থিত থাকিব(Haryana Alliance Ends, ML Khattar Likely To Take Oath Again Today)।
সূত্ৰ অনুসৰি জানিব পৰা মতে মনোহৰ লাল খট্টৰ মুখ্যমন্ত্ৰী হৈয়ে থাকিব। লগতে আন দুজন উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে।
লগতে পঢ়ক : Female DJ Missing For Past 3 Months : ৩ মাহ ধৰি সন্ধানহীন গুৱাহাটীৰ সুন্দৰী DJ ডিয়নী