Local, Vocal, Global

WATCH | Hari Sarma from Gohpur passes away : গহপুৰ সমজিলাৰ সমাজকৰ্মী হৰি শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক,২৮মে’ : গহপুৰ সমজিলাৰ গমিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলী পথাৰ নিৱাসী, সমাজকৰ্মী হৰি শৰ্মা(৫৬)ৰ দেহাৱসান।

জানিব পৰা মতে, গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। চিকিৎসাধীন অৱস্থাতে আজি পুৱা প্ৰায় ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে হৰি শৰ্মাই। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কৰ্মী ৰূপে পৰিচিত হৰি শৰ্মাৰ অকাল বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে বৃহত্তৰ গমিৰি অঞ্চলত(Hari Sarma from Gohpur passes away)।

লগতে পঢ়ক : WATCH | Sankor Jyoti Baruah : নিজ বাসগৃহত উষ্ম আদৰণী শংকৰজ্যোতি বৰুৱাক