WATCH | Happy Rongali Bihu 2025: অসমীয়াৰ জনজীৱন চহকী কৰা ব ‘হাগত ফুলা কপৌফুলৰ মহত্ব কি?
সোণাৰি,১৫এপ্ৰিল : কপৌফুলে লৈ আহে ব’হাগৰ বতৰা(Happy Rongali Bihu 2025)। ৰঙালী বিহুৰ প্ৰতীক কপৌফুলৰ অবিহনে শুৱনি নহয় বিহুৱতী নাচনীৰ খোপা৷ অসমীয়াৰ জনজীৱন চহকী কৰা ব ‘হাগত ফুলা কপৌফুলৰ মহত্ব কি …
লগতে পঢ়ক : WATCH | Nalbari News : গৰু বিহুৰ দিনাই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা