Local, Vocal, Global

WATCH | Hanuman Jayanti 2025 : উত্তৰ গুৱাহাটীত উত্তৰ পুৰ্বাঞ্চলৰ সৰ্ব বৃহৎ শ্ৰী শ্ৰী হনুমান জয়ন্তী

উত্তৰ গুৱাহাটী,১২এপ্ৰিল : আজি উত্তৰ গুৱাহাটীত উত্তৰ পুৰ্বাঞ্চলৰ সৰ্ব বৃহৎ শ্ৰী শ্ৰী হনুমান জয়ন্তী।

উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ মধ্যমখণ্ড পাৰঘাটত পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছিল হনুমান জয়ন্তীৰ ।

২০ হাজাৰ ভক্তই একেলগে পাঠ কৰিছে ২লাখ ৫১ হাজাৰ সামুহিক হনুমান চালিসা(Hanuman Jayanti 2025)।

কাশী বৃন্দাবনৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু বেদধ্বনিৰে উচ্চাৰিত হনুমান জয়ন্তী।

দেশৰ বিভিন্ন প্ৰান্তৰ মহাৰাজৰ লগতে ৰাজ্যৰ বহুকেইজন সত্ৰাধিকাৰে পাঠ কৰিছে হনুমান চালিচা ।

লগতে পঢ়ক : WATCH | Assam HSLC Result 2025 : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাক্সাৰ দিশান্ত শৰ্মাৰ সফলতা