Local, Vocal, Global

WATCH | Hanuman Jayanti 2025 : সোণাৰিৰ টিকয়ক চাহ বাগিচাৰ ঐতিহাসিক হনুমান মন্দিৰত হনুমান জয়ন্তী পালন

সোণাৰি,১২এপ্ৰিল : সোণাৰিৰ টিকয়ক চাহ বাগিচাৰ ঐতিহাসিক হনুমান মন্দিৰত আজি পালন কৰা হ’ল হনুমান জয়ন্তী।

দিনজোৰা ধৰ্মীয় অনুষ্ঠান, ভক্তিমূলক গীত-কীৰ্তন, আৰু প্ৰসাদ বিতৰণৰ মাজেৰে ভগৱান হনুমানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে শ শ ভক্তই।

স্থানীয় ভক্ত সমূহে হনুমান চালিছা, সুন্দৰকাণ্ড পাঠ, আৰু ভক্তিমূলক গীতৰে মুখৰিত হৈ পৰিছে মন্দিৰ প্ৰাংগন(Hanuman Jayanti 2025)।

লগতে পঢ়ক : Watch | Jamugurihat massive fire: জামুগুৰিহাটৰ মৰিসুতিত ভয়ংকৰ অগ্নিকাণ্ড