WATCH | Hajo News : হাজোৰ মিলপাৰাত কলাজল নৈৰ তাণ্ডৱ

হাজো,৪জুন : হাজোৰ মিলপাৰাত কলাজল নৈৰ তাণ্ডৱ। নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে মিলপাৰা-তাপাবৰী সংযোগী বাঁহৰ দলং। বাঢ়নী পানীয়ে দলং উটুৱাই নিয়াত হাহাকাৰ কেইবাখন গাঁৱৰ ৰাইজৰ(Hajo News)।
প্ৰায় ৯ খন গাঁৱৰ যোগাযোগৰ একমাত্ৰ মাধ্যম দলংখন উটি যোৱাত নানা সমস্যাত পৰিছে সাধাৰণ জনতা আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল।
দৈনিক দলংখনৰে দোকনীয়া,শোলমাৰী,তাপাবৰী, ন-পাৰা পাম আদি গাঁৱৰ ৰাইজে যাতায়ত কৰি আহিছিল। বুধবাৰে পুৱা দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত দু চিন্তাত পৰিছে বৃহত্তৰ অঞ্চলকেইটাৰ ৰাইজ।
লগতে পঢ়ক : WATCH | Sonari News : চৰাইদেউত বিজেপিত খহনীয়তা