WATCH | Hajo News : ভূত বাংলাত পৰিণত কৃষি বিভাগৰ এটা কাৰ্য্যালয়
হাজো,২১মে’ : ভূত বাংলাত পৰিণত কৃষি বিভাগৰ এটা কাৰ্য্যালয়।
হাজোৰ ৰামদিয়া কৃষি চক্ৰৰ নৱ নিৰ্মিত গৃহ পৰিণত হৈছে ভূত বাংলাত।
হাবি জংঘলেৰে আৱৰি ধৰিছে কাৰ্য্যালয় চৌহদ(Hajo News)।
প্ৰায় এবছৰ পূৰ্বে নিৰ্মান কৰি উলিয়াইছিল গৃহটো।
গৃহটো নিৰ্মাণ কৰিয়েই যেন দায়িত্ব সামৰিলে কৃষি বিভাগে।
লগতে পঢ়ক : WATCH | Floods in Mankachar : মানকাচৰত বছৰৰ প্ৰথমটো বানৰ তাণ্ডৱ