Local, Vocal, Global

WATCH | Hajo News : হাজোত নিৰ্বাচনী ৰেলীত হিংসাত্মক ঘটনাক লৈ সংবাদমেল TMC নেতা দুলু আহমেদৰ

হাজো,৫মে’ : হাজোত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি দুলু আহমেদৰ সংবাদমেল।

হাজোত নিৰ্বাচনী ৰেলীত হিংসাত্মক ঘটনাক লৈ সংবাদমেল TMC নেতা দুলু আহমেদৰ।

দেওবাৰে TMC ৰ ৰেলীত কংগ্ৰেছৰ সৈতে সৃষ্টি হৈছিল সংঘাতৰ(Hajo News)।

সমগ্ৰ ঘটনাৰ বাবে দোখ দিলে APCC ৰ সাধাৰণ সম্পাদক ৰুবুল আলী আৰু কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনক।

পৰিকল্পিত ভাবে দুই নেতাৰ পৰিয়াল জড়িত আছিল এই হিংসাত্মক ঘটনাত।

লগতে পঢ়ক : WATCH | Boko News : বকোৰ ৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তৰ নিৰ্দলীয় প্রার্থী পুষ্প কুমাৰ দাসৰ বাইক ৰেলী