WATCH | Hajo News : হাজোৰ ২ নং জিলা পৰিষদত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ দলৰ
হাজো,২১এপ্ৰিল : হাজোৰ ২ নং জিলা পৰিষদত তীব্ৰ প্ৰচাৰ অভিযান চলাইছে কংগ্ৰেছৰ দলে।
কলিতাকুছি পঞ্চায়তৰ বুল্লুট বজাৰত কংগ্ৰেছ দলৰ কাৰ্য্যালয় মুকলি।
কাৰ্য্যালয় মুকলি কৰি শাসকীয় দল BJPক কঠোৰ সমালোচনা(Hajo News)।
উপস্থিত কংগ্ৰেছৰ নেতা আনোৱাৰ হুছেইন আৰু ৰুবুল আলী।
উপস্থিত আছিল জিলা পৰিষদৰ প্ৰাৰ্থী মুনিআৰা বেগম।