WATCH | Hajo News : তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু

হাজো,২০এপ্ৰিল : তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু।
APCCৰ সম্পাদক ৰুবুল আলীয়ে ৰুজু কৰিলে গোচৰ।
হাজোৰ আৰক্ষী থানাত দুলু আহমেদ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ(Hajo News)।
জ্যেষ্ঠ কংগ্ৰেছৰ নেতা আনোৱাৰ হুছেইন গৰু চোৰত জড়িত থকাৰ অভিযোগ আনিছিল দুলু আহমেদে।
কংগ্ৰেছৰ টিকট বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া APCCৰ সম্পাদক ৰুবুল আলীৰ।
লগতে পঢ়ক : WATCH | Hajo News : শিঙিমাৰীৰ পৰা হাজো হৈ বৰপেটালৈ নিৰ্মাণ হ’ব চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ