WATCH | Hajo News : বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হ’ল মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাহানাৰ আখতাৰা

হাজো,১২এপ্ৰিল : বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হ’ল মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাহানাৰ আখতাৰা।
৭২ নং শ্বহীদ নগেন ডেকা পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাহানাৰ আখতাৰা।
ইয়াকে লৈ হাজোস্থিত অগপৰ কাৰ্যালয়ত বিজয় উল্লাস(Hajo News)।
অংক শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী ধাৰী ছাহানাৰা আখতাৰক লৈ এতিয়া দলীয় কৰ্মীৰ লগতে ৰাইজ যথেষ্ট আশাবাদী।
লগতে পঢ়ক : WATCH | Nalbari News : পঞ্চায়ত নিৰ্বাচনক লৈ আশাবাদী বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মণ