Guwahati’s Ring Road Project: অহা দুমাহৰ ভিতৰত আৰম্ভ হ’ব গুৱাহাটীৰ ৰিং ৰোড কাম

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : অহা দুমাহৰ ভিতৰত আৰম্ভ হ’ব গুৱাহাটীৰ ৰিং ৰোড কাম।
এই অত্যাধুনিক তথা বহু প্ৰত্যাশিত ৰিং ৰোডৰ নিৰ্মাণকাৰ্য অহা এপ্ৰিল মাহৰ ভিতৰতে আৰম্ভ হ’ব৷ দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটীৰ ৰিং ৰোড। এই কথা আনুষ্ঠানিকভাৱে সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে, দুমাহৰ ভিতৰত ৰিং ৰোডৰ নিৰ্মাণ আৰম্ভ হ’ব। এপ্ৰিলৰ ভিতৰত আৰম্ভ হ’ব নিৰ্মাণকাৰ্য। ৰিং ৰোড নিৰ্মাণ সম্পূৰ্ণ হ’ব ২০২৭ৰ এপ্ৰিলৰ ভিতৰত(Guwahati’s Ring Road Project)।