Guwahati Women Injured In Leopard Attack : কালাপাহাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত মহিলা

নিউজ ডেস্ক,২০জুলাই : মহানগৰীৰ কালাপাহাৰত ভয়ংকৰ ঘটনা। কালাপাহাৰত নাহৰফুটুকীৰ আক্ৰমণ এগৰাকী মহিলাক ।নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী । আহত মহিলাগৰাকী ফটাশিল আমবাৰীৰ দীপালী দাস বুলি জানিব পৰা গৈছে(Guwahati Women Injured In Leopard Attack) ।
বৰ্তমান আহত মহিলা দাপালী দাসক GMCH ভৰ্তি কৰোৱা হৈছে ।