WATCH | Guwahati Weather : হঠাৎ দিনতে অন্ধকাৰ হৈ পৰিল গুৱাহাটী মহানগৰী
নিউজ ডেস্ক,১৩এপ্ৰিল : হঠাৎ দিনতে অন্ধকাৰ হৈ পৰিল গুৱাহাটী মহানগৰী ।
গুৱাহাটীত ধুমুহা-বৰষুণ(Guwahati Weather)।
ৰাজ্যত হঠাৎ সলনি বতৰ।
আগন্তুক ৩ঘণ্টাত বতৰে ল’ব ভয়ংকৰ ৰূপ।
লগতে পঢ়ক : WATCH | Sonari News : সোণাৰি মহাবিদ্যালয়ত ৰঙালী বিহুৰ আদৰণি অনুষ্ঠান সম্পন্ন