Local, Vocal, Global

Guwahati-North Guwahati ferry services suspended : আজিও বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা

নিউজ ডেস্ক,২৯মে’ : আজিও বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা ।

ৰেমলৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা।

এদিনলৈ বৃদ্ধি কৰা হৈছে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত। ইতিমধ্যে বিগত দুদিন ধৰি বন্ধ হৈ আছে ফেৰীসেৱা(Guwahati-North Guwahati ferry services suspended)।

লগতে পঢ়ক : One drowned in the Jatinga river : জাতিংগা নৈত উটি গ’ল এজন যুৱক