Guwahati-North Guwahati ferry services suspended : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা
নিউজ ডেস্ক,২৭মে’ : সোমবাৰ আৰু মঙলবাৰে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। কামৰূপ জিলা প্ৰশাসনৰ জাৰি কৰিছে এই নিৰ্দেশনা ।
সাগৰীয় ঘূৰ্ণি ৰেমলৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা কামৰূপ জিলা প্ৰশাসনৰ। লগতে আন সকলো বিভাগীয় জাহাজৰ চলাচল বন্ধৰ নিৰ্দেশনা। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতে সতৰ্কতা প্ৰশাসনৰ(Guwahati-North Guwahati ferry services suspended)।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : বোকাজানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুটা সৰবৰাহকাৰী