Local, Vocal, Global

Guwahati-North Guwahati ferry services suspended : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা

নিউজ ডেস্ক,৬মে’ : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা । সোমবাৰে ঘোষণা কৰিলে এই কথা । অনিৰ্দিষ্ট সময়ৰলৈকে বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে এই কথা ঘোষণা(Guwahati-North Guwahati ferry services suspended) ।

উল্লেখ্য যে, অসমত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে জলপৃষ্ঠ তীব্ৰ গতিত বাঢ়িব ধৰিছে । এই বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ তীব্র গতিত বাঢ়ি বিপদসীমাৰ ওপৰলৈ যোৱা দেখা গৈছে। ইফালে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুব গৈছে ফেৰী ৰখা ৰেম্পসমূহ । ৰেম্পসমূহ পুনৰ মেৰামতিৰ পাছতহে আৰম্ভ হ’ব ফেৰীসেৱা(Guwahati-North Guwahati ferry services suspended)।

লগতে পঢ়ক : Tragic Accidents in jakhalabandha : ৰন্ধন গেছৰ টেংকাৰ আৰু এখন মাৰতী আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত দুজন