Local, Vocal, Global

WATCH | Guwahati News: মহানগৰীত হোলীৰ নিশা সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভাণ্ডলী

নিউজ ডেস্ক,১৫মাৰ্চ : মহানগৰীত হোলীৰ নিশা সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভাণ্ডলী ।

সুৰাৰ ৰাগীত মাতাল হৈ ঋষি বৰুৱা নামৰ কণ্ঠ শিল্পীক আক্ৰমণৰ অভিযোগ(Guwahati News)।

৮-১০ জনীয়া যুৱক-যুৱতীৰ দলে ঋষি বৰুৱা ওপৰত চলাইছিল আক্রমণ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে কণ্ঠ শিল্পী গৰাকীয়ে দাখিল কৰিছে এজাহাৰ।

লগতে পঢ়ক : WATCH | Guwahati News: হোলীৰ আনন্দ উল্লাসৰ মাজতেই মহানগৰীত সুৰাপায়ী যুৱতীৰ তাণ্ডৱ