Local, Vocal, Global

WATCH | Guwahati News: হোলীৰ আনন্দ উল্লাসৰ মাজতেই মহানগৰীত সুৰাপায়ী যুৱতীৰ তাণ্ডৱ

নিউজ ডেস্ক,১৫মাৰ্চ : হোলীৰ আনন্দ উল্লাসৰ মাজতেই মহানগৰীত সুৰাপায়ী যুৱতীৰ তাণ্ডৱ।

নিচাসক্ত যুৱতীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ডভণ্ড কৰাৰ লগতে মাৰপিট কৰিলে অন্য এগৰাকী যুৱতীসহ কেইবাজনো লোকক।

হাতত কাঠৰ টুকুৰা লৈ ৱায়াৰলেছত সন্ত্ৰাস চলালে সুৰামত্ত যুৱতীয়ে।

মাতাল হৈ যুৱতীগৰাকী পৰিল অৰ্ধনিৰ্মিত নলাতো(Guwahati News)।

ৱায়াৰলেছৰ ৰাজপথত সন্ত্ৰাস চলোৱা যুৱতীৰ ভিডিঅ’ভাইৰেল।

আৰক্ষী অহাৰ পূৰ্বেই ৰাইজে হাত-ভৰি বান্ধি আৱদ্ধ কৰিলে যুৱতীগৰাকীক।

যুৱতীগৰাকীক জিম্মাত ল’লে দিশপুৰ আৰক্ষীয়ে।

লগতে পঢ়ক : Watch | Horrific road accident in Mathurapur: মথুৰাপুৰত ভয়ংকৰ পথ দূৰ্ঘটনাত