WATCH | Guwahati News:গুৱাহাটীবাসীৰ বাবে ডাঙৰ খবৰ মহানগৰ প্ৰশাসনৰ
নিউজ ডেস্ক,৩মাৰ্চ : গুৱাহাটীবাসীৰ বাবে ডাঙৰ খবৰ মহানগৰ প্ৰশাসনৰ।
সোমবাৰৰ পৰা গুৱাহাটীৰ এই পথছোৱাত নিশা বন্ধ থাকিব যাতায়াত(Guwahati News)।
উৰণ সেতুৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত উক্ত সময়ছোৱাত বন্ধ থাকিব যাতায়াত।
সোমবাৰৰ পৰা নিশা বন্ধ থাকিব জি এছ ৰোডৰ ডাউনটাউনৰ পৰা ছয়মাইললৈ যাতায়াত ব্যৱস্থা।
নিশা ১১.৩০ বজাৰ পৰা পুৱা ৪.৩০বজালৈ বন্ধ থাকিব GS ৰোডৰ ডাউনটাউনৰ পৰা ছয়মাইল পথছোৱাত যাতায়াত।
পথছোৱাত নিৰ্মাণকাৰ্য চলি থকা উৰণ সেতুৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত উক্ত সময়ছোৱাত বন্ধ থাকিব যাতায়াত।
যাতায়াত বন্ধ থকাৰ সময়ছোৱাত বিকল্প পথেৰে কৰিব পাৰিব যাতায়াত।
খানাপাৰাৰ পৰা GS ৰোডলৈ যাবলগীয়া বাহনসমূহে জয়ানগৰৰ পৰা বেলতলা হৈ চলাচল কৰিব পাৰিব।
গণেশগুৰিৰ পৰা খানাপাৰালৈ যাবলগীয়া বাহনসমূহে ছুপাৰমার্কেট উৰণ সেতু হৈ বেলতলা-বশিষ্ঠ পথেৰে চলাচল কৰিব পাৰিব।
খানাপাৰাৰ পৰা ডাউনটাউনলৈ যাবলগীয়া বাহনসমূহে VIP, চচল হৈ শ্বহীদ দিলীপ হুজুৰি পথেৰে চলাচল কৰিব পাৰিব।
এই সন্দৰ্ভত যান-বাহন আৰক্ষীয়ে এক জাননী জাৰি কৰি কৈছে যে,৩ মাৰ্চৰ পৰা প্ৰতিদিনে নিশা ১১.৩০ ৰ পৰা পুৱতি নিশা ৪.৩০ লৈ পথ বন্ধ থাকিব। অঞ্চলটোত চলি থকা উৰণ সেতু নিৰ্মাণ কাৰ্যৰ বাবে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰোপৰি যাত্ৰীসকলৰ বাবে অন্য বিকল্প পথৰ ব্যৱস্থাও কৰিছে প্ৰশাসনে।
মহানগৰবাসীৰ বাবে এক ডাঙৰ খবৰ। কিয়নো যাতায়ত সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে এক বিষেশ জাননী। এই জাননী অনুসৰি ছয়মাইলৰ পিনে সকলো বাহন যাব নোৱাৰিব।
লগতে পঢ়ক :WATCH | Himanta Biswa Sarma : ৰাজ্যৰ লাখ লাখ মহিলা লৈ মুখ্যমন্ত্ৰীৰ খবৰ