WATCH | Guwahati News: OLXত ভাড়া ঘৰৰ নামত বহু লোকক প্ৰৱঞ্চনা

নিউজ ডেস্ক,২মাৰ্চ : OLXত ভাড়া ঘৰৰ নামত বহু লোকক প্ৰৱঞ্চনা। E-FIR যোগে প্ৰৱঞ্চনাৰ বলি হোৱা ভুক্তভোগীয়ে দিছিল এজাহাৰ। OLXৰ Scannerত ঘৰ বুকিঙৰ আগধন দি গাঠিৰ ধন হেৰুৱালে গ্ৰাহকে।গুৱাহাটী চাইবাৰ থানাত প্ৰথমখন E-FIR ৰুজু।
OLXত ঘৰ ভাড়া দিয়াৰ বিজ্ঞাপন দি লুণ্ঠন। গুৱাহাটীত ভাড়াঘৰ দেখুৱাই লুণ্ঠন দুৰ্বৃত্তৰ। আৰক্ষীৰ জালত পৰিছে প্ৰৱঞ্চক। ছাহিনুৰ আলম নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ। E-FIRৰ ভিত্তিত ছাহিনুৰক গ্ৰেপ্তাৰ আৰক্ষীৰ
হোজাইৰ এজন ভুক্তভোগীয়ে দিছিল E-FIR। E-FIRৰ জৰিয়তে ৰুজু হোৱা এইটো প্ৰথম গোচৰ(Guwahati News)।
সাৱধান! OLXত প্ৰৱঞ্চনাৰ জাল পেলাইছে এটা দুষ্ট চক্ৰই। শেহতীয়াকৈ OLXত ঘৰ ভাৰা ল’বলৈ গৈ বিপদত পৰিছে বহুলোক। OLXৰ Scannerত ঘৰ বুকিঙৰ আগধন দি গাঠিৰ ধন হেৰুৱালে গ্ৰাহকে
গুৱাহাটী চাইবাৰ থানাত প্ৰথমখন E-FIR ৰুজু। আৰক্ষীৰ জালত মূল অভিযুক্ত গোৱালপাৰাৰ ছাহিনুৰ আলম।
লগতে পঢ়ক :WATCH | Goreswar News: গোৰেশ্বৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ লাইখুটা স্থাপন