WATCH | Guwahati News: মহানগৰীৰ গনেশগুৰিত নতুনকৈ মুকলি হ’ল হাজৰিকা ইলেকট্ৰিকেল
নিউজ ডেস্ক,২মাৰ্চ : হাজৰিকা ইলেকট্ৰিকেল !
মহানগৰীৰ গনেশগুৰিত নতুন কৈ মুকলি হ’ল হাজৰিকা ইলেকট্ৰিকেল নামৰ এখন ইলেক্ট্ৰনিকছৰ দোকান। অত্যাধুনিক সকলো লাগতিয়াল ইলেকট্ৰনিকছ সামগ্ৰী আপুনি এই হাজৰিকা ইলেকট্ৰিকেলত পাব। খুব কম মূল্যত মন পছন্দৰ যিকোনেো ধৰণৰ ইলেকট্ৰিকেল সামগ্ৰীৰ বাবে আহক গণেশগুৰিৰ হাজৰিকা ইলেকট্ৰিকেললৈ(Guwahati News)।
গণেশগুৰিৰ পৰা খ্ৰীষ্ঠানবস্তিৰ ফালে অকণমান আগুৱাই গলেই দেখা পাব ফ্লাই অভাৰৰ একেবাৰে মুৰত হাজৰিকা ইলেকট্ৰিকেল। নতুন কৈ উঠি অহা এজন অসমীয়া যুৱকৰ এনে চিন্তাক আপুনিও সহাৰি জনাওক। দোকান খন মুকলি কৰে জেষ্ঠ্য সাংবাদিক নন্দন প্ৰতিম শৰ্মাই।
লগতে পঢ়ক :WATCH | Jamugurihat News : জামুগুৰিহাটৰ টুপিয়াত সামূহিক ভৱনৰ দ্বাৰ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ