WATCH | Guwahati News : ড্ৰাগছক কেন্দ্ৰ কৰি মহানগৰীত নিশা উত্তপ্ত পৰিস্থিতি
গুৱাহাটী,১৫জুন : ড্ৰাগছক কেন্দ্ৰ কৰি মহানগৰীত নিশা উত্তপ্ত পৰিস্থিতি ।
হাতীগাঁৱৰ নটবমাত ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ অভিযান(Guwahati News)।
অভিযানত তিনিজনকৈ যুৱকক আটক কৰে।
ধৃত যুৱক কেইজন ইৰজন আলী, চফিকুল আলী আৰু চৰবত আলী বুলি জানিব পৰা গৈছে।
পৰিয়ালৰ মতে সকলো অভিযোগ মিছা।