Local, Vocal, Global

WATCH | Guwahati News : গুৱাহাটীৰ বেলতলা সাপ্তাহিক বজাৰত অঘটন

নিউজ ডেস্ক,১৫মে’ : গুৱাহাটীৰ বেলতলা সাপ্তাহিক বজাৰত অঘটন।

দেৱাল ভাঙি গাত পৰাত কেইবাগৰাকী লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত।

দেৱাল খহি প্ৰাণ হেৰুৱালে অঞ্জু ৰংহাং নামৰ এগৰাকী মহিলাই।

মুহূৰ্ততে বেলতলা সাপ্তাহিক বজাৰত লাগিছে হুৱাদুৱা(Guwahati News)।

আহত লোকসকলক জয়ানগৰৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হৈছে।

লগতে পঢ়ক : WATCH | Colonel Sophia Qureshi : কৰ্ণেল ছোফিয়া কুৰেশ্বীক অপমান কৰি ক্ষমা বিচাৰিলে BJP মন্ত্ৰীয়ে