Guwahati News :গুৱাহাটীৰ অম্বিকাগিৰি নগৰত ভয়ংকৰ ঘটনা

নিউজ ডেস্ক,৮জানুৱাৰী : গুৱাহাটীৰ অম্বিকাগিৰি নগৰত ভয়ংকৰ ঘটনা।
ৰন্ধন গেছৰ পাইপ লাইনৰ পৰা অহৰহ নিৰ্গত হৈছে গেছ।
নিশা প্ৰায় ১১ বজাৰ পৰা নিৰ্গত হৈ আছে গেছ(Guwahati News)।
যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা।
স্থানীয় লোকৰ মাজত আতংক।
পলিথিন-বাঁহেৰে সোপা দি গেছ নিৰ্গমন ৰোধৰ চেষ্টা।
নিশাই ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।