Local, Vocal, Global

WATCH | Guwahati News : মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপদস্থ

নিউজ ডেস্ক,১৭এপ্ৰিল : মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপদস্থ।

আয়োজকে শিল্পীগৰাকীৰ হাতৰ পৰা কাঢ়ি নিলে মাইক্ৰ’ফোন।জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই হাতৰ মাইক্ৰফোন কাঢ়ি লৈ যোৱাৰো অভিযোগ।

পত্নী ভাস্বতী ভাৰতীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহিছিল দিগন্ত ভাৰতী(Guwahati News)।

দিগন্ত ভাৰতীক দেখা পাই গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজন সমিতিয়ে।

লগতে পঢ়ক : WATCH | Rangali Bihu : সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু