WATCH | Guwahati News :‘তোক চাই লম’।’ছেকেণ্ডত ট্ৰান্সফাৰ কৰাই আছোঁ তোক’
নিউজ ডেস্ক,২০মাৰ্চ : ‘তোক চাই লম’।’ছেকেণ্ডত ট্ৰান্সফাৰ কৰাই আছোঁ তোক’। মহানগৰীৰ নাৰেংগীত কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি ৰঙা ঘৰৰ আলহী হ’ল দুজন যুৱক। ধৃত যুৱক দুজন হৈছে বোন্দাৰ আমগাঁৱৰ আকাশ চৌধুৰী আৰু চাদ্দম আলী(Guwahati News)।
লগতে পঢ়ক : WATCH : Barpeta News : ছাগলী চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি