WATCH | Guwahati News : মহানগৰীত একাংশ সুৰামত্ত যুৱক-যুৱতীৰ তাণ্ডৱ
নিউজ ডেস্ক,১৯মাৰ্চ : পুৱতি নিশা মহানগৰীত একাংশ সুৰামত্ত যুৱক-যুৱতীৰ তাণ্ডৱ। গণেশগুৰিত ফাষ্ট ফুডৰ দোকানত যুৱক-যুৱতীৰ মাৰপিট।
যুৱতীক অশালীন মন্তব্য কৰাৰ অভিযোগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি(Guwahati News)।
লগতে পঢ়ক : WATCH : Barpeta News : গ্ৰীণ কাজিৰঙা ৰেষ্টুৰেন্টত নাৰীদেহ ব্যৱসায় !