WATCH | Guwahati News : দীঘলীপুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ
নিউজ ডেস্ক,১৭মাৰ্চ : হোলীৰ আনন্দৰ মাজতে মহানগৰীত আন এক চাঞ্চল্যকৰ ঘটনা।
দীঘলীপুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ নিথৰ দেহ। মৃত যুৱতীগৰাকীৰ ঘৰ মহানগৰী সাতগাঁৱত(Guwahati News)।
যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। জানিব পৰা অনুসৰি যুৱতীগৰাকীৰ বয়স ২৫ বছৰ।