Local, Vocal, Global

WATCH | Guwahati News : এইবাৰ গাড়ী চুৰিত নামিল সুন্দৰী যুৱতী

নিউজ ডেস্ক,১৫মাৰ্চ : এইবাৰ গাড়ী চুৰিত নামিল সুন্দৰী যুৱতী

এইবাৰ গাড়ী চুৰিত নামিল সুন্দৰী যুৱতী(Guwahati News)

সুন্দৰী গাড়ী চোৰ মহানগৰীত

চেল্ফ ড্ৰাইভিঙৰ নামত গাড়ী বুক কৰি ৩খন গাড়ী লৈ উধাও ৩ যুৱতী

দিছপুৰ আৰক্ষীৰ দ্বাৰা উদ্ধাৰ ২খন থাৰ,৩খন বাইক

৩ যুৱতীক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ

আইজললৈ সৰবৰাহৰ চেষ্টা কৰিছিল বিলাসী বাহন

ভুৱা আধাৰ-পান কাৰ্ডেৰে ৩যুৱতীয়ে বুক কৰিছিল বিলাসী বাহন

গাড়ী মালিকৰ এজাহাৰৰ ভিত্তিত ৩ যুৱতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

দিছপুৰ আৰক্ষী আটক কৰিবলৈ সক্ষম বৃহৎ এটা গাড়ী চুৰি চক্ৰক

লগতে পঢ়ক : WATCH | Boko News : বকোত ৰাভা হাছং পৰিষদৰ নিৰ্বাচনী প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্ব সমাপ্ত