WATCH | Guwahati Flooded After Heavy Rain : এজাক বৰষুণত ডুবিল মহানগৰীৰ আভিজাত্য

নিউজ ডেস্ক,২২এপ্ৰিল : কৃত্ৰিম বানত বিধ্বস্ত গুৱাহাটী মহানগৰ।
সমগ্ৰ মহানগৰীত অভাৱনীয় পৰিৱেশ।
পুনৰ গুৱাহাটী মহানগৰী কৃত্ৰিম বান(Guwahati Flooded After Heavy Rain)।
চানমাৰি,ৰাজগড়, অনিল নগৰ,নবীন নগৰ,গণেশগুৰি,হাটীগাঁও, জুৰোড,পাঞ্জাবাৰী, খানাপাৰা, জোৰাবাট আদিত দুৰ্বিষহ পৰিবেশ।
কৃত্ৰিম বানৰ ফলত নাগৰিকৰ হাহাকাৰ।
পুৱাৰ পৰা অহা ধাৰাসাৰ বৰষুণত মহানগৰীত কৃত্ৰিম বান।
কৃত্ৰিম বান ৰোধত ব্যৰ্থ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ।
আৰু কিমান দিনলৈ জীয়াতু ভুগিব লাগিব সাধাৰণ নাগৰিকে।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা