Local, Vocal, Global

WATCH | Guwahati Flood : ৰাজধানী গুৱাহাটীত হৃদয় বিদাৰক ছবি

নিউজ ডেস্ক,৩১মে’ : ৰাজধানী গুৱাহাটীত হৃদয় বিদাৰক ছবি।

কৃত্ৰিম বানৰ মাজতে ৰুক্মিণীগাঁৱত কমলেশ্বৰ হাজৰিকা নামৰ এগৰাকী লোকৰ মৃত্যু ।

ৰুক্মিণীগাঁৱৰ LP স্কুলৰ সমীপত মৃত্যু হয় লোকগৰাকীৰ।

লোকজনক আনিবলৈ ব্যৱস্থা কৰা হয় কলৰ ভূৰ(Guwahati Flood)।

কলৰ ভূৰত তুলি শ্মশানলৈ নিবলগীয়া হয় লোকগৰাকীক।

পানীৰ বাবে ভিতৰলৈ যাব পৰা নাই স্বৰ্গ ৰথ। এই অবৰ্ণনীয় পৰিবেশে এতিয়া ৰুক্মিণীগাঁৱত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশ।

লগতে পঢ়ক :WATCH | Dalgaon News : দলগাঁৱৰ ধনশ্ৰী নৈৰ কালৰূপ!