Local, Vocal, Global

Guwahati Court Granted Bail to Shankar Jyoti Baruah : আছুৰ প্ৰাক্তন সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ

নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : আছুৰ প্ৰাক্তন সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ। অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
২৬ ছেপ্টেম্বৰলৈ সাময়িক সকাহ শংকৰজ্যোতি বৰুৱাৰ(Guwahati Court Granted Bail to Shankar Jyoti Baruah)।

পূৰ্বে নিম্ন আদালতে জামিন নাকচ কৰিছিল শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন।

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে বহু বিস্ফোৰক আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী যুৱতীয়ে৷ যুৱতীগৰাকীয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতিৰ বিৰুদ্ধে প্ৰেমৰ নামত প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল।কিছুদিন পূৰ্বে আছু সাধাৰণ সম্পাদকৰ পদ এৰিছিল শংকৰজ্যোতি বৰুৱাই।

লগতে পঢ়ক : Quintals of fish died in Nagaon :উৎকট গৰমৰ মাজতে চামগুৰিত মৃত্যু মুখত পৰিছে কুইণ্টলে-কুইণ্টলে মাছ