Local, Vocal, Global

Gulab Chand Kataria replaces Purohit as Punjab guv : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি

নিউজ ডেস্ক,১০জুলাই : দেশৰ ৯খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুৰুত্বপূৰ্ণ সাংবিধানিক নিযুক্তি দিছে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসম, মহাৰাষ্ট্ৰকে আদি কৰি মুঠ ৯ খন ৰাজ্যৰ ৰাজ্যপালক নিযুক্ত কৰেল লগতে ৰাষ্ট্ৰপতিয়ে পুডুচেৰীৰ বাবে এজন নতুন উপ ৰাজ্যপালও নিযুক্ত কৰে(Gulab Chand Kataria replaces Purohit as Punjab guv)।

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি।

কেন্দ্ৰীয় শাসিত চণ্ডীগড়ৰো অতিৰিক্ত দায়িত্ব প্ৰদান কাটাৰিয়াক।

বনৱাৰীলাল পুৰোহিতৰ পদত্যাগৰ পাছতে গুলাব চান্দ কাটাৰিয়াক নিযুক্তি।

লগতে পঢ়ক : President Droupadi Murmu appoints 9 new governors : দেশৰ ৯খন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি