Local, Vocal, Global

Governor Lakshman Prasad Acharya visits Jamugurihat :জামুগুৰিহাটৰ ভৰলী পৰীয়া কন্যকা কৃষিপাম পৰিদৰ্শন ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যৰ

জামুগুৰিহাট,২৭ডিচেম্বৰ : জামুগুৰিহাটৰ ভৰলী পৰীয়া কন্যকা কৃষিপাম পৰিদৰ্শন ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যৰ ৷

কন্যকা পামত উপস্থিত হৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মানসপুত্ৰ “ৰামু”ক খুৱালে কল(Governor Lakshman Prasad Acharya visits Jamugurihat) ৷

ধুতি গামোছা পিন্ধি কন্যকাৰ নামঘৰত ল’লে আৰ্শীবাদ ৷

লগতে পঢ়ক :Massive fire breaks out in Bilasipara: ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা;ভস্মীভূত বাসগৃহ