Local, Vocal, Global

WATCH | Government schemes : চৰকাৰী আঁচনিৰ নামত চৰকাৰী বিষয়াই ঘোচ বিচাৰিছে নেকি?

নিউজ ডেস্ক,৬এপ্ৰিল : ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ

অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি?

প্রধানমন্ত্রী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘোচ বিচাৰিছে নেকি?

লগে লগে দিয়ক অভিযোগ(Government schemes)

এটকাও ঘোচ ল’লে যাব লাগিব জে’ললৈ

মুকলি ৬টা বিশেষ নম্বৰ 6026903418 / 6026903483 / 6026903481

6026901243 নম্বৰত WHATSAPPযোগে দিয়ক অভিযোগ

অথবা ডায়েল কৰক টোল ফ্রী নং 18003453767

দুর্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ

আপোনাৰ এটা অভিযোগত ঘোচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত

লগতে পঢ়ক : WATCH | Teok News : আশী উৰ্ধ্বৰ বয়সতো‌ কান্ধত ঢোল তুলি লোৱা এগৰাকী বিশেষ শিল্পী