WATCH | Gossaigaon News : অনন্তকুটী এম ই স্কুলৰ প্ৰধান শিক্ষক ৰতিলাল সৰকাৰৰ তিনিগৰাকী সাংবাদিকৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ
গোসাঁইগাঁও,১০এপ্ৰিল : অনন্তকুটী এম ই স্কুলৰ প্ৰধান শিক্ষক ৰতিলাল সৰকাৰৰ তিনিগৰাকী সাংবাদিকৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ। ঘটনা সন্দৰ্ভত ৭জন সাংবাদিকৰ বিৰুদ্ধে গোসাঁইগাঁও থানাত এজাহাৰ দাখিল ।
অভিযোগ অনুসৰি, Dy365 ৰ সাংবাদিক অৰুণ গুপ্তা আৰু তেওঁৰ লগত থকা নিউজ লাইভৰ সাংবাদিক দুলাল চন্দ্ৰ ৰায় আৰু NK টিভিৰ সাংবাদিক গোপাল চন্দ্ৰ ৰায়ৰ বিৰুদ্ধে প্ৰধান শিক্ষক গৰাকীয়ে মানসিক হাৰাশাস্তি কৰা আৰু ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ কৰি সাংবাদিকৰ আগত চকুলো টুকি প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰে(Gossaigaon News)।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: বাপতি সাহোন ৰাঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী