WATCH | Gossaigaon News : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তর্গত ভাওঁৰাগুৰী আহমেদপুৰ গাৱঁৰ ৰাইজ ওলাই আহি মুখ্যমন্ত্রীক কাতৰ অনুৰোধ
গোসাইগাঁও,৭এপ্ৰিল : ঘৰৰ সাৰভে বাবে ৰাইজৰ প্রক্রিয়া ।
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তর্গত ভাওঁৰাগুৰী আহমেদপুৰ গাওঁৰ ৰাইজে ওলাই অসমৰ মাননীয় মুখ্যমন্ত্রী ডঃ হিমান্ত বিশ্ব শর্মা কাতৰ অনুৰোধ কৰে যে যাতে Pardhan manthi awaas yojana -gramin এপ টো খুলি দিয়ে।
লগতে কোনোবা বিদুয়া মহিলাই আহি কয় যে আমি এতিয়াওঁ চৰকাৰৰ পৰা একো পোৱা নাই । যাতে অসমৰ মুখ্যমন্ত্রী আমাক সহায় কৰে । চৰকাৰী ঘৰ বা চৰকাৰী লেট্রিন আমি কোনো ধৰনৰ এতিয়াওঁ পোৱা নাই । লগতে ভাওঁৰাগুৰী আঞ্চলিক এবিআমছু সাধাৰণ সম্পাদক ছপিকুল ইছলাম কয় অসমৰ মুখ্যমন্ত্রী যাতে Pardhan manthi awaas yojana -gramin এপ টো অলপ সোনকালে খুলি দিয়ে(Gossaigaon News)।
লগতে পঢ়ক : WATCH | Sipajhar News : ছিপাঝাৰত অগপৰ বৈঠক