Local, Vocal, Global

WATCH | Gossaigaon News : বিটিচি নিৰ্বাচন চাপি অহাৰ লগে লগে মুছলমান দৰদী হ’বলৈ চেষ্টা কৰিছে অৰূপ কুমাৰ দে’

গোসাইগাঁও,২৫মাৰ্চ : বিটিচি নিৰ্বাচন চাপি অহাৰ লগে লগে মুছলমান দৰদী হ’বলৈ চেষ্টা কৰিছে অৰূপ কুমাৰ দে।

অৰুপ কুমাৰ দে’ক সকীয়নি নেমছু”ৰ সভাপতি বদৰুল ইছলামৰ।

সোমবাৰে কোকৰাঝাৰ মোকাৰাপাৰাত অনুষ্ঠিত এক সভাত বিটিআৰৰ ই এম অৰূপ কুমাৰ দে নিজকে বাংলাদেশী কোৱাৰ লগতে সভাত উপস্থিত মুছলমান লোকসকলক বাংলাদেশী কোৱাটো চৰম দুৰ্ভাগ্যজনক।

আৰোপ কুমাৰ দে যদি বাংলাদেশী আজিয়েই গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ তেওঁ নিজকে বাংলাদেশী বুলি কৈছে। তেওঁ কেনেকৈ বিটিচিৰ কাৰ্যবাহী সদস্য আৰু কেনেকৈ বিজেপি দলৰ সদস্য পদ পালে ই এক ৰহস্যজনক কথা। নেমছু’ৰ সভাপতি বদৰুল ইছলামে আৰোপ কুমাৰ দেক সকীয়নি প্ৰদান কৰি কয়-কি কাৰণত মুছলমান লোক সকলক বাংলাদেশী বুলি কব। তেওঁ ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে তেওঁৰ ভাষ্যৰ ওপৰত তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হ’ব(Gossaigaon News)।

পূৰ্বতে বিভিন্ন ক্ষেত্ৰত ভাইৰেল হোৱা অৰূপ কুমাৰ দে মুছলমানৰ শত্ৰু।মুছলমান এলেকাত তেওঁক নামতিবলৈ আহ্বান জনাইছোঁ।মুছলমান ভোট ভাগ কৰি অৰূপ কুমাৰ দে পুনৰবাৰ বিটিচিৰ ক্ষমতা দখল কৰিবলৈ দিয়া নহব।তাৰোপৰি অৰূপ কুমাৰ দেই যদি ইফতাৰ দিয়ে কোনেও নলবলৈ আহ্বান।আগন্তুক দিনত ৬টা বিটিচি পৰিসদদীয় সমষ্টি মুছলমানে দখল কৰিব লাগিব।

লগতে পঢ়ক : WATCH | Mushalpur News : মুছলপুৰত বাক্সা জিলা বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ প্ৰতিবাদ