Local, Vocal, Global

WATCH | Gossaigaon News: বিজেপি দলত যোগদান সংখ্যালঘু মুছলমান লোকৰ

গোঁসাইগাওঁ,২৫ফেব্ৰুৱাৰী : ২নং গুমা সমষ্টিৰ অন্তৰ্গত যমুনাটাৰীত বিভিন্ন দল ত্যাগ কৰি সংখ্যালঘু মুছলমান লোক বিজেপি দলত যোগদান।

বিটিআৰত মিত্ৰযোটৰ চৰকাৰে শান্তিৰ পৰিৱেশ ঘুৰাই আনিছে(Gossaigaon News)।

বিজেপিয়ে চৌদিশে উন্নতৰ জোৱাৰ পৰিলক্ষিত কৰিয়েই মুছলমান লোকে শ্ৰীৰামপুৰ পাৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য কৰ্মপটু সজল কুমাৰ সিংহৰ উপস্থিতত দুই শতাধিক শতাধিক পুৰুষ মহিলাই বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

বিটিআৰৰ কাৰ্যবাহী সদস্য জন দৰদি নেতা সজল কুমাৰ সিংহৰ প্ৰতি আস্থা আৰু বিশ্বাসত লৈ গুমা সমষ্টিৰ মুছলমান লোকে জাপে জাপে বিজেপি দলক আঁকোৱালি ল’বলৈ ধৰিছে।

২০২৫ চনত হ’বলগীয়া পৰিষদীয় নিৰ্বাচিত সংখ্যালঘু লোকে বিজেপিকে ভোট দিব।

বিপিএফৰ এমচিএলএ ১৫ টা বছৰ হৈ আছে আৰু কংগ্ৰেছৰ মমিনুৰ ইছলাম এমচিএল হৈ আছিল গুমা সমষ্টিৰ একো উন্নয়ন কৰিব পৰা নাই।

যমুনাটাৰী অঞ্চলৰ বহু দিনৰ পৰাই পেৰালাইচিছ বেমাৰত ভুগি থকা বেক্তি জনক ১০ হাজাৰ টকা চিকিৎসাৰ বাবে সাহায্য আগবঢ়ায়।

আমাৰ হাতত ইএম সজল কুমাৰ সিংহৰ গুৰুত্বপূৰ্ণ মন্তব্য আছে আগবঢ়ায়ছো।

লগতে পঢ়ক :WATCH | Road accident: জাগীৰোডৰ ৰেলৱে উৰণ সেতুৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা