Local, Vocal, Global

WATCH | Gossaigaon News: গোসাইগাঁৱত মানুহৰ ঘৰত সোমাল মালবাহী ট্ৰাক

গোসাইগাঁও,২০ফেব্ৰুৱাৰী : গোসাইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুর্ঘটনা।

গোসাইগাঁৱত মানুহৰ ঘৰত সোমাল মালবাহী ট্ৰাক । বুধবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Gossaigaon News)।

মালবাহী ট্ৰাক খনৰ নম্বৰ হৈছে UP 78G T5331।

জানিব পৰা মতে, মালবাহী ট্রাকখনত জলকীয়া ভর্তি আছিল ।

মালবাহী ট্ৰাকখনৰ খুন্দাত ঘৰটো সম্পুৰ্ণ ৰূপে ভাঙি চূৰমাৰ হয়।

লগতে পঢ়ক:WATCH | Mushalpur News: নৱ প্ৰজন্মৰ বাবে বিপিএফ দলে সাজু কৰি ৰাখিছে বহু আচঁনি