Local, Vocal, Global

WATCH | Gossaigaon News : মাছ ধৰিবলৈ যোৱা লোকক গৰু চোৰৰ সন্দেহত ৰাইজৰ আক্ৰমণ

গোঁসাইগাওঁ,৫জুন : মাছ ধৰিবলৈ যোৱা লোকক গৰু চোৰৰ সন্দেহত ৰাইজৰ আক্ৰমণ।

গোঁসাইগাওঁ ভাওৰাগুৰীত কৰিম আলী আৰু এজন বড়ো সম্প্ৰদায়ৰ লোক ব্যক্তি এজন সাতবিলত ০৪/০৬/২৫ ইং তাৰিখত অনুমান সন্ধিয়া ৯ বজাত মাছ মাৰিবলৈ যোৱাত গৰু চোৰৰ সন্দেহ কৰি কেইজনমান হিন্দু সম্প্ৰদায়ৰ লোকে গুৰুতৰভাৱে আঘাত কৰে মানুহজন এতিয়া কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা বঙাইগাঁও লৈ যোৱা হয়(Gossaigaon News)।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পাছতে বিটিআৰ নেমছুৰ সভাপতি হাফিজুল ইছলাম ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ নেমছু,আমছু, এবিএমছু তিনিটা খন সংগঠনৰ ফালৰপৰা গোঁসাইগাওঁ আৰক্ষী বিষয়া হিৰেন ডেকা ছাৰৰ লগতে ভাওৰাগুৰীক সাক্ষাৎ কৰি উচিত তদন্ত কৰি কালপিট কেইবাটাক কৰায়ত্ব কৰি কঠোৰ শাস্তি দি যাৱজ্জীৱন কাৰাদণ্ড কৰিবলৈ দাবী জনাও যাতে অনাগত দিনত এনে ঘটনা সংঘটিত কৰিব নোৱাৰে।

অন্যথা সকলো দল সংগঠনে গণতান্ত্ৰিক বাবে আন্দোলন কৰিব বাধ্য হ’ম বুলি হুংকাৰ দিয়ে।

লগতে পঢ়ক : WATCH | Road Accident : যাত্ৰীবাহী টাটা মেজিকক আল্ট্ৰা বাহনে খুন্দা,আহত যাত্ৰী