Local, Vocal, Global

WATCH | Gossaigaon News : ভাঁওৰাগুৰী বজাৰত চুৰিকাণ্ড

গোসাইগাঁও,১মে’ : ভাঁওৰাগুৰী বজাৰত চুৰিকাণ্ড ।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তর্গত ভাঁওৰাগুৰী বজাৰত ৰাতি ২.১২ বজাত সংঘটিত হয় চুৰিকাণ্ড।

এইবাৰ চোৰে ভাঁওৰাগুৰী বজাৰত প্রায় ১০খনকৈ দোকানত চোৰে চলালে লুটপাট ।

ইতিমধ্যে ভাওঁৰাগুৰী আৰক্ষী আহি উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে(Gossaigaon News) ।

কোনোবা দোকানৰ পৰা যদি মোবাইল লৈছে আন কোনোবা দোকানৰ পৰা আৰু বহু টকাও লৈছে লগতে আৰু এজনৰ ঘৰৰ পৰা সোণ আৰু প্রায় ১০ দহ লাখ টকা আৰু লগতে এখন দোকানৰ পৰা পেট্রল ডিজেল চিগাৰেট স্কুলীয়া বেগ লগতে বহুতো সামগ্ৰী লৈ যায় চোৰে।

লগতে পঢ়ক : WATCH | Bishwanath News : বিশ্বনাথৰ পানী ভড়ালত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সামূহিক প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন