Local, Vocal, Global

WATCH | Gossaigaon News : তুলসীবিল বজাৰত সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা এবি এমছুৰ প্রতিবাদ

গোসাইগাঁও,২৯মে’ : তুলসীবিল বজাৰত সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা এবি এমছু প্রতিবাদ।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তর্গত তুলসীবিল বজাৰত সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা এবিএমছু অসমত বিদেশীৰ সন্দেহত প্রকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চলা হাৰা শাস্তিৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন তুলসীবিল বজাৰত(Gossaigaon News)।

গোসাইগাঁও জিলা সমিতিৰ এবিএমছু সভাপতি কয় যে একমাত্র মুছলমান সকলক টাৰ্গেট কৰিছে এই BJP চৰকাৰ খনে । যোৱা ৫ বছৰৰ পৰাই এই BJP চৰকাৰ সংখ্যালঘু মুছলমানক টার্গেট কৰি আহিছে ।

লগতে পঢ়ক : WATCH | Kaliabor News : কলিয়াবৰ আমৱাগান উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অঘটন