Local, Vocal, Global

WATCH | Gossaigaon News : গোঁসাইগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত তুলসীবিলৰ আয়ছা খাতুন হাইস্কুলৰ আজৱ কাণ্ড

গোঁসাইগাওঁ,১২এপ্ৰিল : গোঁসাইগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত তুলসীবিলৰ আয়ছা খাতুন হাইস্কুলৰ আজৱ কাণ্ড। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী এগৰাকীও নহ’ল উত্তীৰ্ণ।

আয়ছা খাতুন হাই স্কুলত এইবাৰ সৰ্বমুঠ ১৯ জন ছাত্ৰ ছাত্ৰী যে আৱৰ্তিন হৈছিল তাৰ বিপৰীতে শিক্ষক শিক্ষয়ত্ৰী আছিল ১৬ জন কিন্তু তাৰ পৰিপ্ৰেক্ষিতত ১৯ জন ছাত্ৰ ছাত্ৰী এজনো ছাত্ৰ ছাত্ৰী উৰ্ত্তীণ হ’ব পৰা নাই(Gossaigaon News)।

লগতে পঢ়ক :WATCH | Panchayat Election 2025 : হাজোৰ তিনি নং পতনিৰ সদস্যা পদত নিৰ্দলীয় প্ৰাৰ্থী পাৰবিন চুলতানাৰ মনোনয়ন দাখিল