Local, Vocal, Global

Gossaigaon News: ভাঁওৰাগুৰী আৰক্ষীৰ সফলতা

গোসাইগাওঁ,১৮ফেব্ৰুৱাৰী: ভাঁওৰাগুৰী আৰক্ষীৰ সফলতা। ভাঁওৰাগুৰীৰ কমলসিং থুৰিবাৰীত গৰু ভর্তি বিলাসী বাহন জব্দ ।

ভাওঁৰাগুৰী আৰক্ষী বিষয়াই জব্দ কৰে গৰু ভর্তি বিলাসী বাহনখন(Gossaigaon News)।

জব্দকৃত বাহনখনত দুটা গৰু আছিলে ।

জব্দকৃত বাহন খনৰ নম্বৰ আছিল As11 E 4060।

উক্ত ঘটনাত জড়িতৰ সন্দেহত এজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ভাওঁৰাগুৰী আৰক্ষীয়ে |

জানিব পৰা মতে, গৰু সমূহ গোসাইগাওঁৰ পৰা আনিছিলে। জব্দ গৰু সমূহ চোৰাং হয় নে নহয় সেয়া সদৰী কৰা নাই আৰক্ষীয়ে।

লগতে পঢ়ক:Sonapur News: সোণাপুৰৰ ডিগাৰুত কেন্দ্ৰীয় কাৰবি দেহাল কাচিৰ্দম উৎসৱ