Local, Vocal, Global

WATCH | Goreswar News :’বিদেশীৰ নামত ভাৰতীয় নাগৰিক সংখ্যা লঘুসকলক টাৰ্গেট কৰি নিক্ষেপ কৰা ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে’

গোৰেশ্বৰ,২৯মে’ : ‘বিদেশীৰ নামত ভাৰতীয় নাগৰিক সংখ্যা লঘুসকলক টাৰ্গেট কৰি নিক্ষেপ কৰা ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে’ ।

বিদেশীৰ নামত সংখ্যা লঘুসকলক হাৰাশাস্তি কোনো কাৰণতেই সহ্য কৰা নহ’ব।

আইনৰ শাসনৰ পৰিৱৰ্তে অন্যায় মূলক ভাৱে অসম চৰকাৰে হাৰাশাস্তি কৰি আছে অসমৰ সংখ্যা লঘু মুছলমান সকলক ।

যধে মধে বিদেশীৰ নামত সংখ্যা লঘু মুছলমান সকলক টাৰ্গেট কৰিছে চৰকাৰখনে(Goreswar News)।

গোৰেশ্বৰত আজি বিটিআৰ নেমছুৰ সভাপতি হাফিজুল ইছলামে এক সংবাদ মেল সম্বোধন কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে। সংবাদ মেল সম্বোধন কৰি সভাপতি গৰাকীয়ে বিদেশী নাগৰিকৰ নামত সংখ্যা লঘুসকলক টাৰ্গেট কৰা বুলি অসমৰ মুখ্যমন্ত্ৰীক গৰিহণা দিয়ে। আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

লগতে পঢ়ক : WATCH | Jamugurihat Theft: দোকানৰ তলা ভাঙি চোৰে লুটি নিলে মোবাইল ফোন আৰু নগদ ধন