Local, Vocal, Global

WATCH | Goreswar News : গোৰেশ্বৰত আটক দুই ড্ৰাগছ আসক্ত যুৱকক

গোৰেশ্বৰ,৭মে’ : গোৰেশ্বৰত আটক দুই ড্ৰাগছ আসক্ত যুৱকক । গোৰেশ্বৰৰ ৰে’ল গেটৰ সমীপত ড্ৰাগছ লৈ থকাৰ সময়তে স্থানীয় লোকে প্ৰত্যক্ষ কৰি গোৰেশ্বৰ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুই যুৱকক ড্ৰাগছ কন্টেইনাসহ আটক কৰে(Goreswar News)।

ধৃত যুৱক দুজন হ’ল- দৰং জিলাৰ ছিপাঝাৰৰ দ্বীপ জ্যোতি নাথ আৰু কামৰূপ জিলাৰ ইছাৰকেম্পৰ কাচেদ আলী।

গোৰেশ্বৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Goalpara News : দেশজুৰি মক’ড্ৰিলৰ ব্যৱস্থা চৰকাৰ-প্ৰশাসনৰ