Watch | Good news for thousands of Anganwadi workers and helpers in the state: ৰাজ্যৰ হাজাৰ হাজাৰ অংগনৱাড়ী কর্মী-সহায়িকালৈ ভাল খবৰ
ডিজিটেল ডেস্ক: ৰাজ্যৰ হাজাৰ হাজাৰ অংগনৱাড়ী কর্মী-সহায়িকালৈ ভাল খবৰ।
মুখ্যমন্ত্রীয়ে দিলে ভাল খবৰ।
১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ’ব সকলো অংগনবাড়ী কর্মী-সহায়িকাৰ।
দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্যও লাভ কৰিব অংগনৱাড়ী কর্মী-সহায়িকাই।
প্ৰথমবাৰলৈ ৰাজহুৱা ঘোষণা কৰিলে মুখ্যমন্ত্রীয়ে।
সাহায্যও লাভ কৰিব অংগনৱাড়ী কর্মী-সহায়িকাই।